Thursday, January 9, 2014

অহ্... (এশৰীয়া গল্প)

কিহিক্-কৈ শব্দ কৰি গাড়ীখন ৰৈ গ'ল; চকু মেলি বাহিৰলৈ চাই দেখিলোঁ নিশকতীয়া কুকুৰটোৱে লেঙেৰিয়াই লেঙেৰিয়াই গৈ আছে ৷